বিক্ৰমশালীবিক্ৰমাদিত্য

বিক্ৰমশিলা (Assamese) [ Roman: bi.krom.xi.la]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-15
1. (Proper Noun-Neuter) Vikramasila University was one of the two most important centres of Buddhist learning in India during the Pala empire, along with Nalanda University. বিহাৰ প্ৰদেশৰ এখন পৌৰাণিক ঠাই৷ পাল বংশৰ ৰাজত্ব কালত অঞ্চল এখন ডাঙৰ বিশ্ববিদ্যালয় আছিল; বৌদ্বধৰ্মৰ শিক্ষা কেন্দ্ৰ৷