বশীকৰণবশ্য
বশীভূত (Assamese) [ Roman: bo.xi.bhut]
Contributed by: Biraj Kumar Kakati on 2008-07-13
English: docile, obedient, submissive,
Assamese: আজ্ঞাকাৰী, আজ্ঞাধীন, আজ্ঞানুৱৰ্ত্তী, আজ্ঞাপালক, আজ্ঞাপৰ, আজ্ঞাবহ, আজ্ঞাবাহী, বশ, বশম্বদ, বশীভূত, বশ্য, বশৱৰ্ত্তী, বাধ্য, মানন্তা, মানোতা,
Bodo: खोथा लाग्रा, सिबिसुला,
Nagamese: badhyo
বশীভূত (Assamese) [ Roman: bo.xi.bhut]
Contributed by: Biraj Kumar Kakati on 2008-07-13
1. (Proper Adj.-Common) Dutifully complying with the commands, orders, or instructions of one in authority কৰ্ত্তৃত্বশীল কোনো লোকৰ নিৰ্দ্দেশ, আদেশ বা তাগিদা নিষ্ঠাৰে পালন কৰা
Assamese: আজ্ঞাকাৰী, আজ্ঞাধীন, আজ্ঞানুৱৰ্ত্তী, আজ্ঞাপালক, আজ্ঞাপৰ, আজ্ঞাবহ, আজ্ঞাবাহী, বশ, বশম্বদ, বশীভূত, বশ্য, বশৱৰ্ত্তী, বাধ্য, মানন্তা, মানোতা,
Bodo: खोथा लाग्रा, सिबिसुला,
Nagamese: badhyo