পৰিমানপৰিমাপক

পৰিমাপ (Assamese) [ Roman: po.ri.map]
Contributed by: Anjali Sonowal on 2008-09-27
1. (Abstract Noun) the act of ascertaining the extent, dimensions, quantity, capacity, etc., of, esp. by comparison with a standard বিস্তৃতি, পৰিসীমা, পৰিমাণ, সামৰ্থ্য আদি কোনো নিৰ্দ্দিষ্ট মানৰ সৈতে তুলনা কৰি নিশ্চিত কৰা কাৰ্য্য

Contributed by: Biraj Kumar Kakati on 2010-07-17
2. (Abstract Noun) an investigation of the opinions, behaviour, etc. of a particular group of people or animal or any item, which is usually done by asking them questions or meticulous observations and measurements মানুহ, জীৱ-জন্তু বা অন্য বস্তুৰ এটা সমষ্টিৰ মতামত (মানুহৰ ক্ষেত্ৰত), আচৰণ আদিৰ বিষয়ে এক অনুসন্ধান, যিটো সাধাৰণতে প্ৰশ্ন সুধি, সূক্ষ্মভাৱে নিৰীক্ষণ কৰি বা জোখমাখ লৈ কৰা হয় ৷