পিয়ন-চৰাপিয়ল কৰণ

পিয়ল (Assamese) [ Roman: pi.yol]
Contributed by: Swapnita Kakati on 2006-08-28
1. (Abstract Noun) counting and recording various parameters of a population এটা জনসমষ্টি সম্বন্ধে বিভিন্ন তথ্য গণনা আৰু নথিভুক্তকৰণ প্ৰক্ৰিয়া

Contributed by: Anjali Sonowal on 2011-02-17
2. (Abstract Noun) an investigation of the opinions, behaviour, etc. of a particular group of people or animal or any item, which is usually done by asking them questions or meticulous observations and measurements মানুহ, জীৱ-জন্তু বা অন্য বস্তুৰ এটা সমষ্টিৰ মতামত (মানুহৰ ক্ষেত্ৰত), আচৰণ আদিৰ বিষয়ে এক অনুসন্ধান, যিটো সাধাৰণতে প্ৰশ্ন সুধি, সূক্ষ্মভাৱে নিৰীক্ষণ কৰি বা জোখমাখ লৈ কৰা হয় ৷