পচন্দৰপচলা

পচম (Assamese) [ Roman: po.som]
Contributed by: Atul Ch. Kakoti on 2008-12-23
Ref: হেমকোষ (পুৰণি)
1. (Material Noun-Neuter) the fine, soft, curly hair that forms the fleece of sheep and certain other animals ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা এবিধ উলসুতা ৷ যাৰ দ্বাৰা শীতৰ পৰা ৰক্ষা পাবলৈ গৰম চোলা তৈয়াৰ কৰা হয় ৷
English: wool,
Assamese: উণ, উলসুতা, ঊৰ্ণা, পচম,
Bodo: उल,
Nagamese: huta, wool,
Tai: মাই খুন,
Hindi: ऊन,
Bangla: উল,
Deori: চিমু

Different POS:

a. Proper Adj.: woollen, ঊণী, পছমী...