woofwoollen

wool (English) [ IPA: ˈwʊl ASM: উল]
Contributed by: ৰূপকমল on 2007-12-27
Ref: www.dictionary.com
1. (Material Noun-Neuter) the fine, soft, curly hair that forms the fleece of sheep and certain other animals ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা এবিধ উলসুতা ৷ যাৰ দ্বাৰা শীতৰ পৰা ৰক্ষা পাবলৈ গৰম চোলা তৈয়াৰ কৰা হয় ৷
English: wool,
Assamese: উণ, উলসুতা, ঊৰ্ণা, পচম,
Bodo: उल,
Nagamese: huta, wool,
Tai: মাই খুন,
Hindi: ऊन,
Bangla: উল,
Deori: চিমু

Different POS:

a. Proper Adj.: woollen, ঊণী, পছমী...

wool (Nagamese)
Contributed by: Mousumi Konwar on 2023-07-22
2. (Material Noun-Neuter) the fine, soft, curly hair that forms the fleece of sheep and certain other animals ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা এবিধ উলসুতা ৷ যাৰ দ্বাৰা শীতৰ পৰা ৰক্ষা পাবলৈ গৰম চোলা তৈয়াৰ কৰা হয় ৷
English: wool,
Assamese: উণ, উলসুতা, ঊৰ্ণা, পচম,
Bodo: उल,
Nagamese: huta, wool,
Tai: মাই খুন,
Hindi: ऊन,
Bangla: উল,
Deori: চিমু

Different POS:

a. Proper Adj.: woollen, ঊণী, পছমী...