নিৰলেনিৰষাণ
নিৰলে-নিমাতে (Assamese) [ Roman: ni.ro.le-ni.ma.te]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-05-16
English: quietly, silently, soundlessly, unobtrusively,
Assamese: অমাতে, আঁৰলে-নিৰলে, চুপি চুপি, চুপে-চাপে, নিশব্দে, নিৰলে, নিৰলে-নিমাতে, নিৰৱে, বিনাশব্দে, বিম্বাশৱদে, মনে মনে, মৌনভাৱে, সুৎ কৰে, সুৰুক্ কৰে, হাততসাৰে-ভৰিতসাৰে,
Bodo: मोथो-मोथो,
Deori: তিতিচ্চা, নিৰলে
নিৰলে-নিমাতে (Assamese) [ Roman: ni.ro.le-ni.ma.te]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-05-16
1. (Adverb) without making any noise or sound কোনো শব্দ নকৰাকৈ