তিতিক্ষুতিতিচ্চা-দুমা
তিতিচ্চা (Deori) [ Roman: ti.ti.chha]
Contributed by: Himasri Das on 2023-02-05
English: quietly, silently, soundlessly, unobtrusively,
Assamese: অমাতে, আঁৰলে-নিৰলে, চুপি চুপি, চুপে-চাপে, নিশব্দে, নিৰলে, নিৰলে-নিমাতে, নিৰৱে, বিনাশব্দে, বিম্বাশৱদে, মনে মনে, মৌনভাৱে, সুৎ কৰে, সুৰুক্ কৰে, হাততসাৰে-ভৰিতসাৰে,
Bodo: मोथो-मोथो,
Deori: তিতিচ্চা, নিৰলে
Contributed by: Himasri Das on 2023-02-05
English: secretly,
Assamese: অগোচৰে, অন্তৰি, অপ্ৰকাশ্যে, অবিদিতে, আঁতে-আঁতে, আঁৰত, আঁৰে আঁৰে, আলেঙে-আলেঙে, গুপুতে, গুপুতে-গুপুতে, গুপ্তভাৱে, গোপনে, চোৰাংকৈ, তলে তলে, থাপ-থুপকৈ, থাপে-থুপে, নিভৃতে, নিমুৱাকৈ, ভিতৰি, ভিতৰি-ভিতৰি, ভিতৰুৱাকৈ, ভিতৰে ভিতৰে, মন`ক মিথে bo , মনে মনে, লুং-লুং কৰে, লুকাই, লুকাই-চুৰকৈ, লোকচক্ষুৰ অন্তৰালত, সংগোপনে, সংগোপে,
Deori: কুম-কুমনা, চ্চিকুম-চ্চিকুমনা, তিতিচ্চা, লাচেং-বচেংনা
তিতিচ্চা (Deori) [ Roman: ti.ti.chha]
Contributed by: Himasri Das on 2023-02-05
1. (Adverb) without making any noise or sound কোনো শব্দ নকৰাকৈ
Assamese: অমাতে, আঁৰলে-নিৰলে, চুপি চুপি, চুপে-চাপে, নিশব্দে, নিৰলে, নিৰলে-নিমাতে, নিৰৱে, বিনাশব্দে, বিম্বাশৱদে, মনে মনে, মৌনভাৱে, সুৎ কৰে, সুৰুক্ কৰে, হাততসাৰে-ভৰিতসাৰে,
Bodo: मोथो-मोथो,
Deori: তিতিচ্চা, নিৰলে
Antonyms:
a. Adverb: loudly, উচ্চস্বৰে, উচ্চৰৱে, চিঞৰি-চিঞৰি, জনাজাতকৈ...Different POS:
b. Proper Adj.-Common: hush, mute, quiet, silent, whist...Contributed by: Himasri Das on 2023-02-05
2. (Adverb) done or carried out without the knowledge of others আন কোনোৱে জানিব নোৱাৰাকৈ