দগলাদগা-পাল্লা

দগা (Assamese) [ Roman: do.ga]
Contributed by: Anjali Sonowal on 2008-10-07
1. (Proper Adj.-Common) disinclined to work কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
English: bludger, idle, indolent, lazy, slothful, sluggardly,
Assamese: অকৰ্মণ্য, অকৰ্মা, অকৰ্মিষ্ঠ, অনীহ, অলস, আলচিয়াbo , আলস্যপৰায়ন, উতীয়াkm , উৎসাহহীন, এলেহুৱা, কষ্টবিমুখ, কাইনা bo , কৰ্তব্যবিমুখ, কৰ্মবিমুখ, গাইৰা, গাৰি-শুবাৰ, গেৰেম, গেৰেহা, গৰীয়া, চভিয়া খোৱা, চভিয়া পৰা, থঙাসনীয়া, দগা, দীৰ্ঘসূত্ৰী, ধুমগাইৰা bo , ধোদ, ধোদৰ পচলা, নিষ্কৰ্মা, নিৰুদ্যম, বহিখোৱা, বাদল, মাদগৰিয়া, মেটা, মেদা, মেৰগোম, লেধা, লেধেমা, শুইহগা, শ্ৰমকাতৰ, শ্ৰমবিমুখ, সোৰোপা, সৰপা, হালুক, ৰিহাকুৰীয়া, ৰিহাফুৰীয়া,
Bodo: अलसिया, खामानिगोयै, बादुला, बेखार,
Mising: lo:bag, tibak,
Khasi: ba alhia, ba kuman, jaituh,
Garo: alsia, arata, aratgipa, gamu gong.ja,
Meeteilon: atanba,
Karbi: pa-ei-oi, pangjang, selet,
Kok-Borok: sele,
Nagamese: alchi, elehua, kania, susti, usti,
Dimasa: selleh,
Tai: খান্ খান্ খই খই,
Hindi: आलसी,
Rabha: আইলছা, মেনথা,
Tiwa: solya,
Deori: ইঁজি-হায়া, গেদা, চ্চিংনা-চিতাদুয়া, দগা, দুদুংনা-হায়া, মেজেংক, মেৰ-মেৰিয়া, হলিয়ামুৰা

Antonyms:

a. Proper Adj.: diligent, hard-working, industrious, laborious, operose...

Contributed by: Partha P Sarmah on 2011-03-05
2. (Common Noun-Common &/or Masculine) somebody who is not sensitive to criticism, not upset at unkind remarks. গালি-শপনি, সমালোচনালৈ কেৰেপ নকৰা লোক৷
English: thick-skinned,
Assamese: দগা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-28
3. Business-Commerce-Economics(Material Noun-Neuter) a body of determinate mass, as of metal, for using on a balance or scale in weighing objects, substances, etc. তুলাচনীত বস্তুৰ ওজন জুখিবলৈ ব্যৱহাৰ কৰা নিৰ্দ্দিষ্ট জোখৰ ধাতুৰ বস্তু
English: weight,
Assamese: দগা,
Bangla: বাটখারা

Example Sentences:

1. এক কেজি ওজনৰ দগাটো নাই।

দগা (Deori) [ Roman: do.ga]
Contributed by: Himasri Das on 2022-12-12
4. (Proper Adj.-Common) disinclined to work কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা