অকৰ্মণ্যতাঅকৰ্মিষ্ঠ
অকৰ্মা (Assamese) [ Roman: o.korma]
Contributed by: Biraj Kumar Kakati on 2008-01-04
English: inactive, numb, passive, still,
Assamese: অক্ৰিয়, অকৰ্তা, অকৰ্ত্তা, অকৰ্মা, অনুদ্যত, অনুদ্যোগী, অনুৎসাহী, অৱশ, নিচেষ্ট, নিশ্চেষ্ট, নিষ্ক্ৰিয়, নিষ্কৰ্মা, নিৰুৎসাহী, নিৰুৎসুক,
Bodo: बर मोनै जानाय,
Nepali: थकाइ, थकान, निष्क्रियता
Contributed by: Biraj Kumar Kakati on 2008-01-04
English: bludger, idle, indolent, lazy, slothful, sluggardly,
Assamese: অকৰ্মণ্য, অকৰ্মা, অকৰ্মিষ্ঠ, অনীহ, অলস, আলচিয়াbo , আলস্যপৰায়ন, উতীয়াkm , উৎসাহহীন, এলেহুৱা, কষ্টবিমুখ, কাইনা bo , কৰ্তব্যবিমুখ, কৰ্মবিমুখ, গাইৰা, গাৰি-শুবাৰ, গেৰেম, গেৰেহা, গৰীয়া, চভিয়া খোৱা, চভিয়া পৰা, থঙাসনীয়া, দগা, দীৰ্ঘসূত্ৰী, ধুমগাইৰা bo , ধোদ, ধোদৰ পচলা, নিষ্কৰ্মা, নিৰুদ্যম, বহিখোৱা, বাদল, মাদগৰিয়া, মেটা, মেদা, মেৰগোম, লেধা, লেধেমা, শুইহগা, শ্ৰমকাতৰ, শ্ৰমবিমুখ, সোৰোপা, সৰপা, হালুক, ৰিহাকুৰীয়া, ৰিহাফুৰীয়া,
Bodo: अलसिया, खामानिगोयै, बादुला, बेखार,
Mising: lo:bag, tibak,
Khasi: ba alhia, ba kuman, jaituh,
Garo: alsia, arata, aratgipa, gamu gong.ja,
Meeteilon: atanba,
Karbi: pa-ei-oi, pangjang, selet,
Kok-Borok: sele,
Nagamese: alchi, elehua, kania, susti, usti,
Dimasa: selleh,
Tai: খান্ খান্ খই খই,
Hindi: आलसी,
Rabha: আইলছা, মেনথা,
Tiwa: solya,
Deori: ইঁজি-হায়া, গেদা, চ্চিংনা-চিতাদুয়া, দগা, দুদুংনা-হায়া, মেজেংক, মেৰ-মেৰিয়া, হলিয়ামুৰা
অকৰ্মা (Assamese) [ Roman: o.korma]
Contributed by: Biraj Kumar Kakati on 2008-01-04
Ref: হেমকোষ (পুৰণি)
1. (Proper Adj.-Common &/or Masculine) Devoid of activities. Not functioning or operating; out of use. কাম কৰিব নোৱাৰা, কোনো লৰচৰ নোহোৱাAssamese: অক্ৰিয়, অকৰ্তা, অকৰ্ত্তা, অকৰ্মা, অনুদ্যত, অনুদ্যোগী, অনুৎসাহী, অৱশ, নিচেষ্ট, নিশ্চেষ্ট, নিষ্ক্ৰিয়, নিষ্কৰ্মা, নিৰুৎসাহী, নিৰুৎসুক,
Bodo: बर मोनै जानाय,
Nepali: थकाइ, थकान, निष्क्रियता
Antonyms:
a. Proper Adj.: active, alert, in-service, jazzy, lively...Contributed by: Biraj Kumar Kakati on 2008-01-04
Ref: হেমকোষ (পুৰণি)
2. (Proper Adj.-Common) disinclined to work কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰাAssamese: অকৰ্মণ্য, অকৰ্মা, অকৰ্মিষ্ঠ, অনীহ, অলস, আলচিয়াbo , আলস্যপৰায়ন, উতীয়াkm , উৎসাহহীন, এলেহুৱা, কষ্টবিমুখ, কাইনা bo , কৰ্তব্যবিমুখ, কৰ্মবিমুখ, গাইৰা, গাৰি-শুবাৰ, গেৰেম, গেৰেহা, গৰীয়া, চভিয়া খোৱা, চভিয়া পৰা, থঙাসনীয়া, দগা, দীৰ্ঘসূত্ৰী, ধুমগাইৰা bo , ধোদ, ধোদৰ পচলা, নিষ্কৰ্মা, নিৰুদ্যম, বহিখোৱা, বাদল, মাদগৰিয়া, মেটা, মেদা, মেৰগোম, লেধা, লেধেমা, শুইহগা, শ্ৰমকাতৰ, শ্ৰমবিমুখ, সোৰোপা, সৰপা, হালুক, ৰিহাকুৰীয়া, ৰিহাফুৰীয়া,
Bodo: अलसिया, खामानिगोयै, बादुला, बेखार,
Mising: lo:bag, tibak,
Khasi: ba alhia, ba kuman, jaituh,
Garo: alsia, arata, aratgipa, gamu gong.ja,
Meeteilon: atanba,
Karbi: pa-ei-oi, pangjang, selet,
Kok-Borok: sele,
Nagamese: alchi, elehua, kania, susti, usti,
Dimasa: selleh,
Tai: খান্ খান্ খই খই,
Hindi: आलसी,
Rabha: আইলছা, মেনথা,
Tiwa: solya,
Deori: ইঁজি-হায়া, গেদা, চ্চিংনা-চিতাদুয়া, দগা, দুদুংনা-হায়া, মেজেংক, মেৰ-মেৰিয়া, হলিয়ামুৰা