তৰলমতিতৰলীকৃত

তৰলা (Assamese) [ Roman: to.ro.la]
Contributed by: Mousumi Konwar on 2023-02-18
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Common Noun-Common) a winged, hairy-bodied, usually stinging insects of the superfamily Apoidea in the order Hymenoptera, including both solitary and social species and characterized by sucking and chewing mouthparts for gathering nectar and pollen. হাইমেনপ্টেৰা বৰ্গ আৰু এপইদিয়া পৰিয়ালৰ অন্তৰ্গত গাইগুটীয়া বা সামাজিক, এবিধ পাখিযুক্ত, গাত নোম থকা আৰু সাধাৰণতে বিন্ধিব পৰা ক্ষমতা থকা পতঙ্গ৷ ফুলৰ মৌ চুহিবৰ কাৰণে ইহঁতৰ মুখত বিশেষ ধৰণৰ অংশ থাকে৷

Contributed by: Mousumi Konwar on 2023-02-18
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
2. (Material Noun-Neuter) beverage made of the fermented juice of any of various kinds of grapes, usually containing from 10 to 15 percent alcohol by volume. বিভিন্ন প্ৰকাৰৰ আঙুৰৰ ভিতৰত যিকোনো এবিধৰ ৰসৰ পৰা কিণ্বন প্ৰক্ৰিয়াৰ দ্বাৰা তৈয়াৰ কৰা, ১০ ৰ পৰা ১৫ শতাংশ এলকহল যুক্ত পানীয়