Chrysopogon zizanioides (L.) Rchu ringa

chu (Garo)
Contributed by: Mousumi Konwar on 2023-07-01
1. (Material Noun-Neuter) Intoxicating liquor containing a colorless volatile flammable liquid - C2H5OH এলকহল নামৰ এক বৰ্ণহীন, উদ্বায়ী, দহনশীল দ্ৰৱ্যযুক্ত ৰাগীয়াল পানীয়

chu (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-29
2. Anatomy(Material Noun-Neuter) any of the numerous fine, usually cylindrical, keratinous filaments growing from the skin of humans and animals. মানুহ বা জন্তুৰ ছালৰ পৰা বাঢ়ি অহা মিহি, সাধাৰণতে বেলন আকৃতিৰ, কেৰাটিন জাতীয় নোম।

chu (Tiwa)
Contributed by: Biki Bordoloi on 2012-05-16
3. (Material Noun-Neuter) beverage made of the fermented juice of any of various kinds of grapes, usually containing from 10 to 15 percent alcohol by volume. বিভিন্ন প্ৰকাৰৰ আঙুৰৰ ভিতৰত যিকোনো এবিধৰ ৰসৰ পৰা কিণ্বন প্ৰক্ৰিয়াৰ দ্বাৰা তৈয়াৰ কৰা, ১০ ৰ পৰা ১৫ শতাংশ এলকহল যুক্ত পানীয়