টিকচি-বিকচিটিকটটো

টিকট (Assamese) [ Roman: ti.kot]
Contributed by: Partha P Sarmah on 2007-12-22
1. (Common Noun-Neuter) a piece of (printed)card giving somebody the right to travel by a particular bus, train, plane etc. or to go into a cinema, theater etc.against some payment কাৰোবাক মূল্য/ ভাড়া/ পইচাৰ বিনিময়ত বাছ, ৰেলগাড়ী, বিমান আদিত ভ্ৰমণ কৰিবলৈ; চিনেমা হল বা এনে আন কোনো অনুষ্ঠানত প্ৰৱেশ কৰি সেৱা উপভোগ কৰিবলৈ অনুমতি প্ৰদান কৰি দিয়া (ছপাকৰা) কাগজ৷
English: ticket,
Assamese: অনুমতিপত্ৰ, টিকট, টিকেট, প্ৰৱেশপত্ৰ,
Bodo: टिकेत, नायमोनलाइ, हाबलाइ,
Nagamese: tikot

Example Sentences:

1. উদ্যানখনত সোমাবৰ বাবে টিকট ল'ব লাগিব।