অনুমতি দেঅনুমতিযোগ্য

অনুমতিপত্ৰ (Assamese) [ Roman: o.nu.mo.ti.po.tro]
Contributed by: Partha P Sarmah on 2007-12-22
1. (Common Noun-Neuter) a piece of (printed)card giving somebody the right to travel by a particular bus, train, plane etc. or to go into a cinema, theater etc.against some payment কাৰোবাক মূল্য/ ভাড়া/ পইচাৰ বিনিময়ত বাছ, ৰেলগাড়ী, বিমান আদিত ভ্ৰমণ কৰিবলৈ; চিনেমা হল বা এনে আন কোনো অনুষ্ঠানত প্ৰৱেশ কৰি সেৱা উপভোগ কৰিবলৈ অনুমতি প্ৰদান কৰি দিয়া (ছপাকৰা) কাগজ৷