টাং মুট্ দীটাং-টালী

টাং-গুটি (Assamese) [ Roman: tang-gu.ti]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-02-23
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) an outdoor game played with a wooden ball and sticks; hockey. এডাল মাৰিৰে এটা কাঠৰ গুটি কোবাই এফালৰপৰা আন ফাললৈ চলাই নি দুদল মানুহে ধেমালি কৰা এবিধ খেল৷