জীৰ্ণাৱস্থাজীৱ পংক

জীৱ (Assamese) [ Roman: ji.wo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-26
1. (Abstract Noun) The time for which something exists or functions কোনোৱে বৰ্ত্তি থকা বা কাৰ্য্যক্ষম হৈ থকাৰ সময়

2. (Common Noun-Common) An individual form of life, such as a plant, animal, bacterium, protist, or fungus; a body made up of organs, organelles, or other parts that work together to carry on the various processes of life. জীৱনৰ এটা স্বকীয় উপাদান (যেনেঃ গছ-গছনি, জন্তু, মানুহ আদি) য’ত বিভিন্ন অঙ্গই একেলগে বিভিন্ন কাম কৰি সুকীয়া অস্তিত্ব দিয়ে ৷