চ্চাৰনিচ্চি-গিৰা

চ্চি (Deori) [ Roman: chhi]
Contributed by: Himasri Das on 2023-02-24
1. Biology(Material Noun-Neuter) the fluid that circulates in the principal vascular system of human beings and other vertebrates, in humans consisting of plasma in which the red blood cells, white blood cells, and platelets are suspended মানুহ আৰু অন্য মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সঞ্চালন তন্ত্ৰৰ মাজেদি প্ৰৱাহিত জুলীয়া পদাৰ্থ; মানুহৰ ক্ষেত্ৰত ই প্লাজমাৰ দ্বাৰা গঠিত, য’ত লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকা বিলাক ওপঙি থাকে ৷

Contributed by: Harshita Hazarika on 2022-10-21
2. (Abstract Noun) The cardinal number that is the sum of three and one. দুই আৰু দুই অথবা তিনি আৰু এক যোগ কৰি পোৱা সংখ্যাটো ৷
English: four,
Assamese: অঁৰা, গণ্ডা, চতুঃ, চতুৰ, চাৰি, হালি,
Bodo: ब्रै,
Mising: appi:,
Khasi: saw,
Meeteilon: mari,
Bishnupriya Manipuri: চাইর,
Mizo (Lushai): Pali,
Karbi: phli,
Kok-Borok: Brwi,
Hmar: Li, pali,
Dimasa: biri,
Apatani: piilye,
Tai: ছী,
Hindi: चार,
Bangla: চার,
Nepali: चार, ,
Rabha: ব্ৰি,
Tiwa: broi,
Deori: চ্চি,
Hajong: চৗৰ

Contributed by: Himasri Das on 2023-02-24
3. (Verb-Intran.) The termination of all biological functions that sustain a living organism. কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
English: die, expire,
Assamese: অনন্ত ধামলৈ গতি কৰ্, ইহলীলা সম্বৰণ কৰ্, ইহলোক সামৰ্, চকু মুদ্, ঢুকা, ঢুকাই থাক্, ঢুকাই যা, দেহাৱসান ঘট্, দৈৱগতি প্ৰাপ্ত হ, নিহত হ, প্ৰাণত্যাগ কৰ্, পৰলোক প্ৰাপ্তি ঘট্, পৰলোক প্ৰাপ্তি হ, পৰলোক হ, বিয়োগ হ, মৃত্যু বৰণ কৰ্, মৃত্যু মুখত পৰ্, মৃত্যু হ, মৰি থাক্, মৰি যা, মৰ্, লোকান্তৰ হ, শেষ নিশ্বাস ত্যাগ কৰ্, শেষ নিশ্বাস পেলা, সিফলীয়া হ, স্বৰ্গগতি প্ৰাপ্ত হ, স্বৰ্গী হ,
Bodo: थै,
Khasi: iap, khlad,
Garo: janggi chota,
Karbi: thi,
Hmar: thi,
Dimasa: hang jam, hayu jam, singli jagao, tih,
Bangla: মারা,
Tiwa: thi,
Deori: কিমা, চ্চি, চ্চিৰ, মিচি, মুকুতি-মিচিঁ

Antonyms:

a. Verb-Intran.: live, survive, জী থাক্, জীয়াই থাক্, টিক্...

Different POS:

b. Verb-Trans.: execute, kill, lynch, murder, slaughter...
c. Proper Adj.-Neuter: dead, lifeless, অপহত, গতায়ু, গতায়ুষ...
d. Abstract Noun: dead, death, debit, decease, demise...

Contributed by: Himasri Das on 2023-02-24
4. (Abstract Noun-Neuter) Fall or flow of blood