didibaodie khutia

die (English) [ IPA: ˈdaɪ ASM: ডাই]
1. (Verb-Intran.) The termination of all biological functions that sustain a living organism. কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
English: die, expire,
Assamese: অনন্ত ধামলৈ গতি কৰ্, ইহলীলা সম্বৰণ কৰ্, ইহলোক সামৰ্, চকু মুদ্, ঢুকা, ঢুকাই থাক্, ঢুকাই যা, দেহাৱসান ঘট্, দৈৱগতি প্ৰাপ্ত হ, নিহত হ, প্ৰাণত্যাগ কৰ্, পৰলোক প্ৰাপ্তি ঘট্, পৰলোক প্ৰাপ্তি হ, পৰলোক হ, বিয়োগ হ, মৃত্যু বৰণ কৰ্, মৃত্যু মুখত পৰ্, মৃত্যু হ, মৰি থাক্, মৰি যা, মৰ্, লোকান্তৰ হ, শেষ নিশ্বাস ত্যাগ কৰ্, শেষ নিশ্বাস পেলা, সিফলীয়া হ, স্বৰ্গগতি প্ৰাপ্ত হ, স্বৰ্গী হ,
Bodo: थै,
Khasi: iap, khlad,
Garo: janggi chota,
Karbi: thi,
Hmar: thi,
Dimasa: hang jam, hayu jam, singli jagao, tih,
Bangla: মারা,
Tiwa: thi,
Deori: কিমা, চ্চি, চ্চিৰ, মিচি, মুকুতি-মিচিঁ

Antonyms:

a. Verb-Intran.: live, survive, জী থাক্, জীয়াই থাক্, টিক্...

Different POS:

b. Abstract Noun: dead, death, debit, decease, demise...
c. Verb-Trans.: execute, kill, lynch, murder, slaughter...
d. Proper Adj.-Neuter: dead, lifeless, অপহত, গতায়ু, গতায়ুষ...

die (Khasi) [ Roman: die]
Contributed by: Himasri Das on 0000-00-00
2. (Verb-Trans.) to be disloyal or to violate trust or faith আনুগত্য বা বিশ্বাস ভংগ কৰ্