ঘোঁক্ঘোঁচবিহীন

ঘোঁচ (Assamese) [ Roman: gho’~s]
Contributed by: Rupankar Mahanta on 2006-11-30
1. (Abstract Noun-Neuter) Money or gift given or taken in return of undue favour প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ
English: bribe, graft, kickback,
Assamese: আইঠাold , উপঢৌকন, উপায়ন, উৎকোচ, ঘোঁচ, ঘোচ, ঘোচ-ঘাচ, ভাৰ-ভেঁটী, ভাৰি, ভেঁটী, ভেটি, মেঠ,
Bodo: गुस, घुस,
Nagamese: ghu, ghus,
Tai: নিপ্, হাৱ,
Hindi: उत्कोच,
Deori: দিবৰু-দুদুৰে, দিৰবু-হাৰেবা, দুদুৰে

Example Sentences:

1. চৰকাৰী বিষয়াজনে সাধাৰণ লোকৰ পৰা ঘোঁচ লৈ হে কাম কৰে।

Different POS:

a. Adjective: bribery, ঘোচ দিয়া, ভেটি দিয়া...