bretanibribery

bribe (English) [ IPA: ˈbraɪb ASM: ব্ৰাইব]
Contributed by: Rupankar Mahanta on 2006-11-30
1. (Abstract Noun-Neuter) Money or gift given or taken in return of undue favour প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ

Contributed by: Pankaj Neog on 2012-06-11
2. (Verb-Trans.) To pay money or give gift in return of undue favour প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে ধন অথবা উপহাৰ দে