কুট্টিতকুঠনী

কুঠ (Assamese) [ Roman: kuth]
Contributed by: Anjali Sonowal on 2009-07-14
1. (Abstract Noun) an infectious disease caused by Mycobacterium leprae. It affects the nervous system and skin. মাইক`বেক্টেৰিয়াম লেপ্ৰি নামৰ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্ট এবিধ জীৱাণুজনিত ৰোগ। ই স্নায়বিক তন্ত্ৰ আৰু ছালক সংক্ৰমিত কৰে।