মহাবোধিমহাভারত

মহাব্যাধি (Assamese) [ Roman: mo.ha.bya.dhi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2012-11-12
1. (Abstract Noun) Widespread occurrence of a disease in a community at a particular time. কোনো এক সময়ত এটা জন-সম্প্ৰদায়ৰ মাজত বহুলভাৱে সংক্ৰমিত ৰোগ একোটাক মহামাৰী বোলে।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-27
2. (Abstract Noun) an infectious disease caused by Mycobacterium leprae. It affects the nervous system and skin. মাইক`বেক্টেৰিয়াম লেপ্ৰি নামৰ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্ট এবিধ জীৱাণুজনিত ৰোগ। ই স্নায়বিক তন্ত্ৰ আৰু ছালক সংক্ৰমিত কৰে।