উদ্যতউদ্যমবিহীন

উদ্যম (Assamese) [ Roman: ud.dyom]
1. (Abstract Noun) act often repeatedly done to achieve a predefined goal পূৰ্ব-নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ অৰ্থে বাৰে-বাৰে কৰা কাৰ্য্য

2. (Abstract Noun) Great excitement for or interest in a subject or cause. কোনো বিষয় বা কাৰণ সম্পৰ্কে অতিশয় আগ্ৰহ বা উত্তেজনা।