attegattempts

attempt (English) [ IPA: əˈtem(p)t ASM: এটেম্পেট]
Contributed by: Bikram M Baruah on 2006-06-23
1. (Abstract Noun) act often repeatedly done to achieve a predefined goal পূৰ্ব-নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ অৰ্থে বাৰে-বাৰে কৰা কাৰ্য্য

Contributed by: Bikram M Baruah on 2006-06-23
2. (Verb-Trans.) to do sth to obtain or achieve sth. কিবা অৰ্জন কৰা বা পোৱাৰ বাবে কোনো কাম কৰা