উদ্দেশেউদ্দেশ্য-প্ৰণোদিত

উদ্দেশ্য (Assamese) [ Roman: ud.de.xyo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-07
1. (Abstract Noun) The basis or motive for an action, decision, or conviction. কোনো কাম, সিদ্ধান্ত, বা আৰোপৰ মূল বিষয় ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-07
2. (Abstract Noun) the object, place or condition that one wants to reach or achieve. কোনোৱে পাবলৈ বা অৰ্জন কৰিবলৈ বিছৰা বস্তু, স্থান বা অৱস্থা।

Contributed by: Partha P Sarmah on 2008-08-19
3. (Abstract Noun) (in grammar)the person or thing who does, causes,experiences something or is instrumental in doing something or about whom/which some information is given in a sentence. Look at the following sentences: My sister washed the car; He bumped his head; He saw some blood; The key opened the lock; She is honest. (ব্যাকৰণৰ সৈতে জড়িত) বাক্যত যি কিবা কাম কৰে ( তাই মোলৈ সদায় ফোন কৰে),কৰোৱাই(তাই কোঠাতো ৰং কৰোৱালে)বা কিবা অভিজ্ঞতা লাভ কৰে (ৰামে বাৰুদৰ গোন্ধ পালে)বা আনে কৰা কামত (অজানিতে হলেও) কিবা ভূমিকা লয় বা নিমিত্ত হয় (চাবিটোৱে তলাটো খুলিলে) বা যাৰ বিষয়ে কিবা কোৱা হয় (গোপীনাথ বৰদলৈ এজন দূৰদৰ্শী নেতা আছিল;অসমত আজিকালি তেনে নেতাৰ অভাৱ)৷