factionfactory

factor (English) [ IPA: ˈfæktər ASM: ফেক্টৰ]
Contributed by: ৰূপকমল on 2006-12-18
1. (Abstract Noun) The basis or motive for an action, decision, or conviction. কোনো কাম, সিদ্ধান্ত, বা আৰোপৰ মূল বিষয় ৷

Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-12-18
2. Mathematics(Abstract Noun) any of the numbers that form a product when multiplied together এটা পূৰণফল পাবলৈ যিকেইটা সংখ্যা পূৰণ কৰা হয়, তাৰ মাজৰ যিকোনো এটা সংখ্যা