আত্ম-নিৱেদনআত্ম-বিছাৰ
আত্ম-পূজা (Assamese) [ Roman: at.mo-pu.ja]
Contributed by: Anjali Sonowal on 2009-05-29
English: autolatry, egoism, selfishness,
Assamese: অহংজ্ঞান, অহংভাৱ, অহংমন্যতা, আত্ম-পূজা, আত্মগ্ৰাহিতা, আত্মপৰায়ণতা, আপোনপেটালি, স্বাৰ্থপৰতা, স্বাৰ্থপৰায়নতা, স্বাৰ্থান্বেষিতা
আত্ম-পূজা (Assamese) [ Roman: at.mo-pu.ja]
Contributed by: Anjali Sonowal on 2009-05-29
1. (Abstract Noun) the attitute of being concerned chiefly or only with oneself কেৱল নিজৰ হিতৰ কথা চিন্তা কৰাৰ মানসিকতা