অবিচ্ছিন্নঅবিচ্ছেদে
অবিচ্ছিন্নভাৱে (Assamese) [ Roman: o.bi.sin.no.bha.be]
adv: অবিচ্ছিন্ন
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-08
English: ceaselessly, constantly, continually, continuously, incessantly,
Assamese: অনৱৰত, অবিচ্ছিন্নভাৱে, অবিচ্ছেদে, অবিৰতভাৱে, অহৰহ, একেধাৰে, একেলালিয়ে, একেৰাহে, ধাৰাবাহিকভাৱে, ধাৰাবাহিকৰূপে, নিছিগা ধাৰে, নিৰন্তৰে, নিৰৱচ্ছিন্নভাৱে, নিৰৱচ্ছিন্নে, নেৰানেপেৰাকৈ, বিৰামহীনভাৱে,
Deori: একে-ৰহে, লেলেতিয়াচ্চা
b. Verb-Trans.: continue, গৈ থাক্, টান্...
c. Proper Adj.-Common: ceaseless, continual, continuous, incessant, non-stop...
অবিচ্ছিন্নভাৱে (Assamese) [ Roman: o.bi.sin.no.bha.be]
adv: অবিচ্ছিন্ন
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-08
1. (Adverb-Neuter) without cessation or intermission ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈ
Assamese: অনৱৰত, অবিচ্ছিন্নভাৱে, অবিচ্ছেদে, অবিৰতভাৱে, অহৰহ, একেধাৰে, একেলালিয়ে, একেৰাহে, ধাৰাবাহিকভাৱে, ধাৰাবাহিকৰূপে, নিছিগা ধাৰে, নিৰন্তৰে, নিৰৱচ্ছিন্নভাৱে, নিৰৱচ্ছিন্নে, নেৰানেপেৰাকৈ, বিৰামহীনভাৱে,
Deori: একে-ৰহে, লেলেতিয়াচ্চা
Different POS:
a. Abstract Noun: continuance, প্ৰচলন, প্ৰৱৰ্তন, প্ৰৱৰ্ত্তন...b. Verb-Trans.: continue, গৈ থাক্, টান্...