অপ্ৰত্যাশিতভাবেইঅপ্ৰবন্ধে
অপ্ৰত্যয় (Assamese) [ Roman: o.pro.tyoi]
Contributed by: Krishangi Gogoi on 2021-11-20
English: uncertain, unreliable,
Assamese: অঠাৱৰ, অঠিক, অনিশ্চয়, অনিৰ্ণীত, অনিৰ্দিষ্ট, অনিৰ্দ্দিষ্ট, অপ্ৰত্যয়, বিঠিক, লকৰ-পকৰ, লাক-পাক, লৰক-ফৰক,
Bodo: थार नंयै,
Garo: bebegijagipa,
Tai: আন্ পূ জুম্,
Deori: বেচ্চৰুবা, লকৰ-পকৰ-চাবা
অপ্ৰত্যয় (Assamese) [ Roman: o.pro.tyoi]
Contributed by: Krishangi Gogoi on 2021-11-20
Ref: আধুনিক অসমীয়া অভিধান : বৰুৱা, নেওগ, দেৱশৰ্মা
1. (Proper Adj.-Common) Lacking or indicating lack of confidence or assurance; not established beyond doubt, still undecided or unknown. নিশ্চয়ৰ অভাৱ; ঠিৰাংকৈ ক’ব নোৱাৰা অথবা সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱৰা|Assamese: অঠাৱৰ, অঠিক, অনিশ্চয়, অনিৰ্ণীত, অনিৰ্দিষ্ট, অনিৰ্দ্দিষ্ট, অপ্ৰত্যয়, বিঠিক, লকৰ-পকৰ, লাক-পাক, লৰক-ফৰক,
Bodo: थार नंयै,
Garo: bebegijagipa,
Tai: আন্ পূ জুম্,
Deori: বেচ্চৰুবা, লকৰ-পকৰ-চাবা