অথনিৰঅথবা

অথন্তৰ (Assamese) [ Roman: o.thon.tor]
alt: আথান্তৰ
1. (Abstract Noun) A prolonged condition of distress due to misfortune, calamity or desease. সঙ্কটত পৰি আলৈ-আহুকাল হোৱা অৱস্থা৷

Contributed by: Pronami Gogoi on 2021-11-23
2. (Abstract Noun) A possible existence of a situation capable of causing harm. It has not affected anybody yet, but has been speculated. হানি কৰিবৰ ক্ষমতা থকা এক সম্ভাব্য অৱস্থা| ই এতিয়ালৈকে কাৰো কোনো হানি কৰা নাই, কিন্তু তেনে কৰিব পাৰিব বুলি সন্দেহ কৰা হৈছে|