অংগনৱাদীঅংগলোম
অংগবিদ্যা (Assamese) [ Roman: ong.go.bidya Origin: সং.]
alt: অঙ্গবিদ্যা
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-08
English: chirology, chiromancy, palmistry,
Assamese: অংগবিদ্যা, কৰকোষ্ঠী বিদ্যা, কৰতলকোষ্ঠী বিদ্যা, হস্তৰেখা বিচাৰ, হস্তৰেখা বিদ্যা, হাত চোৱা বিদ্যা,
Dimasa: yaopha naiba, yaopha naithai
অংগবিদ্যা (Assamese) [ Roman: ong.go.bidya Origin: সং.]
alt: অঙ্গবিদ্যা
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-08
1. (Abstract Noun) Telling fortunes by lines on the palm of the hand হাতৰ ৰেখা চাই ভৱিষ্যবাণী কৰা বিদ্যা