অ-পৰ্য্যাবৃত্তঅ`টিজিম্‌

অ-ব্যৱসায়িক (Assamese) [ Roman: o-byo.wo.xa.yik Origin: সং. (হেম১৩)]
Contributed by: Bikram M Baruah on 2012-01-23
1. (Proper Adj.-Common) pertaining to an activity not meant to do business or make profit. ব্যৱসায় বা লাভজনক কাৰবাৰৰ সৈতে সম্বন্ধ নথকা কাৰ্য্যৰ সৈতে জড়িত।
English: non-commercial,
Assamese: অ-ব্যৱসায়িক, অবাণিজ্যিক

Example Sentences:

1. ক্ৰাই (CRY) হৈছে ভাৰতবৰ্ষৰ এক অন্যতম অ-ব্যৱসায়িক প্ৰতিষ্ঠান।