फरायनाय आरांगाफरायसाफोर थानाय न

फरायसा (Bodo) [ Roman: pho.rai.sa]
Contributed by: Karishma Boro on 2021-12-02
1. (Common Noun-Common) one who learns at a formal educational institute যি কোনো অনুস্থানত আনুস্থানিক ভাৱে পাঠ গ্ৰহণ কৰে৷

Contributed by: Karishma Boro on 2023-05-30
2. (Common Noun-Common &/or Masculine) a person who is in the process of learning something; a person who is gaining knowledge about a subject or how to do something. কোনো বিষয় বা বিষয়ৰ সম্পৰ্কে কিবা শিকি থকা, জ্ঞান আহৰণ কৰি থকা বা কিবা কাম কেনেদৰে কৰিব লাগে, সেইবিষয়ে শিক্ষা লৈ থকা লোক৷

Contributed by: Karishma Boro on 2023-03-31
3. (Proper Adj.-Common &/or Masculine) having a lot of knowledge and wisdom gained after serious studies and understanding- e.g. a learned professor; connected with or for learned, scholarly people-e.g. a learned response/journal যথেষ্ট পঢ়া শুনা আৰু অধ্যয়নৰ পৰা (কাৰিকৰী বিষয়ৰ ক্ষেত্ৰত ইয়াৰ লগতে অনুশীলনী)অৰ্জা জ্ঞানৰ লগতে চিন্তা চৰ্চা কৰিব পৰা আৰু বোধশক্তিত চহকী লোক ৷ জ্ঞানী বা পণ্ডিত লোকৰ সৈতে জড়িত |