গুৰিয়ালগুৰু গ্ৰন্থচাহেব

গুৰু (Assamese) [ Roman: gu.ru]
plc: -বিলাক, -সকল, dfc: -গৰাকী, -জন
Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2007-07-28
1. (Common Noun-Common) A person who imparts knowledge to others as a profession. জীৱিকাৰ বাবে বা বৃত্তি হিচাপে আনক জ্ঞান দান কৰা লোক।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-20
2. (Proper Adj.) Having relatively great weight. আনুপাতিকভাৱে বেছি ওজন থকা ৷

Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2007-07-28
3. (Proper Noun-Common) one who foretells future events or discover hidden knowledge by supernatural means. যি ভৱিষ্যতে হ’ব লগা ঘটনা সম্পৰ্কে ক’ব পাৰে বা অলৌকিক উপায়েৰে গুপ্ত জ্ঞান উদ্ধাৰ কৰিব পাৰে৷

Contributed by: Bikram M Baruah on 2009-12-23
4. (Common Noun) A person who transfers knowledge to another on continuous basis on day to day life. যি দৈনন্দিন জীৱনত অবিৰতভাৱে আনক জ্ঞান বিলায়