verdurousverification

verge (English) [ IPA: ˈvərdʒ ASM: ভাৰ্জ]
Contributed by: Mukesh Bhargava on 2006-12-15
1. (Abstract Noun) the line demarking the outer limits of a particular area or a country এখন দেৱাল, জেউৰা বা এডাল কাল্পনিক ৰেখা যি কোনো দেশ বা অঞ্চলৰ আন এখন দেশ বা অঞ্চলৰ পৰা পৃথক কৰে৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
2. (Abstract Noun) the period immediately before an event. কোনো ঘটনা বা কাৰ্য্য আৰম্ভ হোৱাৰ আগৰ সময়চোৱা।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-28
3. (Material Noun-Neuter) a grass border along a road ঘাঁহ-বনে ঢাকি থোৱা আলিৰ দাঁতি
English: verge,
Assamese: পাহ