খংৰংখকজা

খক (Assamese) [ Roman: khok Origin: সং. (হেম১৩)]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-20
1. (Abstract Noun) Excessive desire to acquire or possess more (especially more material wealth) than one needs or deserves. ইন্দ্ৰিয়ক সুখ দিয়া বস্তু পাবৰ বাবে হোৱা প্ৰবল ইচ্ছা; প্ৰয়োজনতকৈ অধিক বস্তুৰ বাবে হোৱা ইচ্ছা|

খক (Tai) [ Roman: khok]
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2008-10-19
2. (Abstract Noun) the line demarking the outer limits of a particular area or a country এখন দেৱাল, জেউৰা বা এডাল কাল্পনিক ৰেখা যি কোনো দেশ বা অঞ্চলৰ আন এখন দেশ বা অঞ্চলৰ পৰা পৃথক কৰে৷