tharvethat is

that (English) [ IPA: ˈðæt ASM: ডেট]
Contributed by: Bikram M Baruah on 2006-05-15
1. (Conjuction) used to connect a quotation to the main sentence. মূল বাক্যৰ সৈতে এটা উক্তিক সংযোগ কৰিবলৈ ব্যৱহাৰ হয়৷
English: that,
Assamese: বুলি, যে,
Garo: ine,
Karbi: mate,
Nagamese: buli,
Deori: কা

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
2. (Pronoun) used to indicate sth/sb far away from the speaker. কওঁতাৰ পৰা বহু আঁতৰত থকা বস্তু বা জীৱক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ৷
English: that,
Assamese: সেইpfx , সেইটো, সেইয়া, সেয়া, সৌpfx , সৌটো, সৌৱা,
Bodo: बै,
Mising: elebong, esi,
Karbi: hala,
Kok-Borok: Abo,
Nagamese: hei,
Dimasa: houbo,
Apatani: hiika, inka,
Tai: আন নান,
Deori: বা, বাৰে

Contributed by: Himasri Das on 2023-05-18
3. (Pronoun-Common &/or Masculine) plural of that-used to refer to persons, things etc. which are not near the speaker (and/or the listener). বক্তা বা শ্ৰোতাৰ পৰা দূৰত থকা মানুহ, জীৱ জন্তু, বস্তু ইত্যাদি বুজাবলৈ ব্যৱহাৰ হয়৷ কেতিয়াবা কিহবাৰ বা কাৰোবাৰ ওপৰত বিৰক্ত হলেও বিৰক্তি বা অসন্তুষ্টি বুজাবলৈ ’সেইসোপা’ আৰু ’সেইগাল’ৰ ব্যৱহাৰ হয়৷

that (Hmar)
Contributed by: LALREMTHANG HMAR on 2009-03-19
4. (Verb-Trans.) to end the life of somebody. কাৰোবাৰ জীৱন নাশ কৰা।

Contributed by: LALREMTHANG HMAR on 2009-01-29
5. (Verbal Noun) The act of terminating a life forcefully by someone. কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷