hoptahor

hopun (Nagamese)
Contributed by: Mousumi Konwar on 0000-00-00
1. (Abstract Noun) A series of images, sounds and feelings occurring in the mind during sleep, accompanied with rapid eye movement. Dreams typically last in the range of 5 to 45 minutes. The contents and biological purposes of dreams are not fully understood, though they have been a topic of speculation and interest throughout recorded history. The scientific study of dreams is known as oneirology. আমাৰ নিদ্ৰা অৱস্থাত অৱচেতন মনলৈ অহা কিছুমান প্ৰতিচ্ছবি, শব্দ বা অনুভৱ৷ সাধাৰণতে সপোন একোটা ৫ মিনিটৰ পৰা ৪৫ মিনিটলৈকে আমাৰ মনত থাকিব পাৰে৷ সততে আমাৰ মনৰ মাজৰ অপূৰ্ণ আকাঙ্খা আৰু কল্পনাবোৰেই সপোনৰ ৰূপত আমাৰ মনত ভাহি উঠে৷ কোনো জৈবিক পৰিঘটনাৰ ফলত সপোনৰ সৃষ্টি হোৱাৰ ৰহস্য উদঘাটন কৰিব নোৱাৰি যদিও কোনো ঐতিহাসিক ঘ্টনাৰ পৰা ইয়াৰ সৃষ্টি হোৱাৰ কথা ভাবিব পাৰি৷
English: dream,
Assamese: সপোন, সমাজিক, স্বপ্ন,
Bodo: सिमां,
Mising: ma:nying,
Khasi: ka jingphohsniew,
Garo: jumang,
Meeteilon: mang,
Karbi: mang,
Kok-Borok: emang,
Nagamese: hopun, sapna, sopun,
Dimasa: saumi, saumin,
Nepali: सपना, स्वप्न,
Rabha: জি`মাং

Antonyms:

a. Abstract Noun: nightmare, দুঃস্বপ্ন, गिहोनाय सिमां, mangsina, mang langno...

Different POS:

b. Verb-Intran.: dream, সপোন দেখ্, सिमां, phohsniew, heman...