nightlongnightwalker
nightmare (English) [ IPA: ˈnaɪtˌmer ASM: নাইটমেয়াৰ]
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-08-18
English: nightmare,
Assamese: দুঃস্বপ্ন,
Bodo: गिहोनाय सिमां,
Garo: mangsina,
Karbi: mang langno,
Dimasa: saumih hamya
Contributed by: Partha P Sarmah on 2007-08-18
nightmare (English) [ IPA: ˈnaɪtˌmer ASM: নাইটমেয়াৰ]
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-08-18
1. (Abstract Noun) A dream with frightening events and bad experiences ভয় লগা ঘটনা আৰু বেয়া অভিজ্ঞতাৰ সৈতে এক সপোন
Assamese: দুঃস্বপ্ন,
Bodo: गिहोनाय सिमां,
Garo: mangsina,
Karbi: mang langno,
Dimasa: saumih hamya
Antonyms:
a. Abstract Noun: dream, সপোন, সমাজিক, স্বপ্ন, सिमां...Contributed by: Partha P Sarmah on 2007-08-18
2. (Common Noun) ’ওপৰমুৱা হৈ শুই থাকোতে অকস্মাৎ টোপনিতে বা সপোনত ভাব হ’ল যে আপোনাৰ ওপৰত কিবা এটাই বহি লৈছে, আপুনি হাত ভৰি লৰাব নোৱাৰে, চিঞৰিবলৈ চেষ্টা কৰিছে, চিঞৰিবও নোৱাৰে, ওচৰত মানুহে মাথোন শুনিবলৈ পায় আপুনি মুখেদি মোকমোকাব ধৰিছে, কেতিয়াবা আপুনি নিজেই সাৰ পায়, কেতিয়াবা আন মানুহে আপোনাৰ গা জোকাৰি দিয়ে, এক ভয়ানক অভিজ্ঞতা৷’(অধ্যাপক প্ৰফুল্ল দত্তগোস্বামীৰ ’মনৰ পখী উভতি উৰে’ৰ পৰা)