gimogimur

gimp (English) [ IPA: ˈgɪmp ASM: গিম্প]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-05
1. (Common Noun-Masculine) a person or animal that is partially or totally unable to use his one foot or leg; so as to limp or walk with difficulty. কোনো মানুহ বা আন জীৱ-জন্তু, যি এটা ভৰি সম্পূৰ্ণ বা আংশিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰি কষ্টৰে খোজ কাঢ়ি যায়৷

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-05
2. (Verb-Trans.) Walk impeded by some physical limitation or injury. কোনো শাৰীৰিক আঘাত বা অক্ষমতাৰ বাবে দোপ লৈ খোজ কাঢ় |