পেঙীপেঙুৰিয়া

পেঙুৰা (Assamese) [ Roman: pe.ngu.ra]
fm: পেঙুৰী
Contributed by: Biraj Kumar Kakati on 2008-06-17
1. (Common Noun-Masculine) a person or animal that is partially or totally unable to use his one foot or leg; so as to limp or walk with difficulty. কোনো মানুহ বা আন জীৱ-জন্তু, যি এটা ভৰি সম্পূৰ্ণ বা আংশিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰি কষ্টৰে খোজ কাঢ়ি যায়৷

পেঙুৰা (Deori) [ Roman: pe.ngu.ra]
Contributed by: Himasri Das on 2023-03-28
2. (Common Noun-Masculine) a person or animal that is partially or totally unable to use his one foot or leg; so as to limp or walk with difficulty. কোনো মানুহ বা আন জীৱ-জন্তু, যি এটা ভৰি সম্পূৰ্ণ বা আংশিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰি কষ্টৰে খোজ কাঢ়ি যায়৷

Contributed by: Himasri Das on 2023-03-28
3. (Verb-Trans.) Walk impeded by some physical limitation or injury. কোনো শাৰীৰিক আঘাত বা অক্ষমতাৰ বাবে দোপ লৈ খোজ কাঢ় |