সব্যসাচী (Assamese) [ Roman: xo.byo.xa.si]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: ৰূপকমল on 2007-03-11
    1. (Proper Adj.-Common) one who can use both hands with equal ability যি দুয়োখন হাত সমানে চলাব পাৰে
    Contributed by: Partha P Sarmah on 2007-03-11
    2. Hinduism(Proper Noun-Masculine) the third brother of the Pandavas; the greatest archer of his time. পঞ্চপাণ্ডৱৰ তৃতীয় ভ্ৰাতৃ৷ এখেতৰ দেৱপিতৃ ইন্দ্ৰদেৱ আৰু মাক কুন্তী৷ তেওঁ ’মহাভাৰত’ৰ সময়ত সৰ্বশ্ৰেষ্ঠ ধনুধৰ আছিল৷ দুয়োহাতে সমানে ধনু চলাব পাৰিছিল বাবে তেওঁক সব্যসাচী বুলিও কয়৷
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-10
    3. (Proper Adj.-Common) A person of wide knowledge and learning. সব্যসাচী হল দুয়োহাতে ধনু চলাব পৰা ব্যক্তি, পাছলৈ বহু বিষয়ত দখল থকা ব্যক্তি বুজাবলৈ ব্যৱহ্যত হয়।