সংৰক্ষণ (Assamese) [ Roman: xong.ro.khyon]
    Loading AI analysis...
    Loading Wikipedia extract...
    1. (Abstract Noun-Neuter) Keeping safe or maintaining original state, esp. of the natural environment. নিৰাপদে ৰখা বা মূল ৰূপত বৰ্ত্তাই ৰখা; বিশেষকৈ প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত খাটে।
    Contributed by: Bikram M Baruah on 2006-03-27
    2. (Abstract Noun) the number or percentage of persons of a specified kind permitted to enroll in a college, join a club, immigrate to a country, etc. কোনো মহাবিদ্যালয়, ক্লাব আদিত অন্তৰ্ভুক্ত হ’ব পৰাকৈ বিশেষ ব্যক্তিৰ বাবে সংৰক্ষিত হৈ থকা নিৰ্দিষ্ট নিৰ্দ্ধাৰিত অংশ বা আনুপাতিক ভাগ ৷
    Contributed by: Mousumi Konwar on 2021-11-13
    3. (Verbal Noun) The act of storing foods for a long duration without getting spoiled for future consumption. ভৱিষ্যতে খাবলৈ খাদ্যবস্তু বেয়া নোহোৱাকৈ বহুদিনৰ বাবে সাঁচি ৰখা কাৰ্য্য
    Contributed by: Mousumi Konwar on 2022-12-17
    4. (Abstract Noun) a body responsible for controlling a port or a river, or to protecting forests and wild life এটা বন্দৰ বা নদী নিয়ন্ত্ৰণৰ অথবা অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দায়িত্বত থকা এটা গোট বা সংস্থা