শব্দজড় (Hajong)
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-27
    1. Language-Linguistics(Abstract Noun) a group pf words without a finite verb which form part of a sentence e.g. 'an online dictionay' in 'This is an online dictionary. বাক্যৰ অংশ ৰূপে থকা কিন্তু সমাপিকা ক্ৰিয়া নথকা শব্দৰ এক গোট৷ গাইগুটীয়া শব্দতকৈ ডাঙৰ কিন্তু বাক্যতকৈ সৰু৷ এটা বাক্যত দুই বা তাতোধিক বাক্যাংশ থাকিব পাৰে৷