লেপি (Deori) [ Roman: le.pi]
Loading AI analysis...
	Loading Wikipedia extract...
	Contributed by: Himasri  Das on 2023-04-09
1. (Verb-Trans.) to cover somebody, something with a sticky substance.   কাৰোবাক বা কিহবাৰ ওপৰত থুপথুপীয়া, আলতীয়া বস্তু সনা৷ শৰীৰৰ চালত ক্ৰীম বা বেৰত চিমেন্ট, চোতালত গোবৰ মিহলোৱা আলতীয়া মাটি আদি সনা ৷ যেনে:  মৰণা মাৰিবলৈ আজি চোতালখন লেপিব/ লিপিব লাগিব৷ বেৰখনত লেপ দিব পাৰিবিনে?  মজিয়াখন লেপ/ লিপচোন৷