লম্ফ (Assamese) [ Roman: lom.pho]
1. (Verbal Noun) the act of forcing oneself off / across the ground or any base by a muscular effort of the legs and feet. ভৰি আৰু ভৰিৰ পতাৰ মাংসপেশীৰ সহায়ত মাটি বা আন কোনো ভূমিৰ পৰা বলেৰে ওপৰলৈ উঠা কাৰ্য্য
English: jump,
leap,
Assamese: উদ্ফাল,
উল্লম্ফন,
উৰুফাল,
জপিওৱা-জপি,
জাঁপ,
ডেও,
বেঙা,
লম্ফ,
লাফ,
লাফ-জাঁপ,
Meeteilon: chongkhothpa,
Hindi: उछलना,
Deori: বেগাবা