যাযাবৰী (Assamese) [ Roman: ja.ja.bo.ri]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-05
    1. (Proper Adj.-Neuter) of, pertaining to, or characteristic of nomads. যাযাবৰ বা অঘৰী সকলৰ, তেওঁলোকৰ সৈতে জড়িত বা তেনে বৈশিষ্ট্য থকা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-10-09
    2. (Proper Adj.-Common) traveling or moving from place to place without a fixed location, base, or permanent assignment নিৰ্দিষ্ট স্থান, ঘাটি বা স্থায়ী কৰ্মনিয়োগ নোহোৱাকৈ এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰি বা স্থান সলনি কৰি ফুৰা৷