মৰ-কামোৰ (Assamese)
অন্তিম কালত বিষমৰূপে মৰা কামোৰ বা দাঁত জপাই ধৰা কাৰ্য, কোনো কামত মৰোঁ-জীওকৈ বা প্ৰাণটাকি লগা কাৰ্য৷
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Dr. Geeta Rani Sarmah on 2026-08-07
1. (Verbal Adj.) making strenuous efforts toward any goal লক্ষ্য প্ৰাপ্তিৰ বাবে কঠোৰ চেষ্টা কৰা