মুঠি-খাৰু (Assamese) [ Roman: mu.thi-kha.ru]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Susanta Borgohain on 2011-08-28
    1. Handicraft(Material Noun-Neuter) A kind of traditional bracelet worn by Assamese woman. অসমীয়া মহিলাই পৰিধান কৰা একপ্ৰকাৰৰ পৰম্পৰাগত খাৰু৷ কেইবাডালো চেপেতা বালা লগ লগাই এই খাৰু সজা হয় আৰু পিন্ধাৰ সময়ত হাতখন মুঠি মাৰি লব লাগে৷

    মুঠি খাৰু