পৰিউপাস্থি (Assamese) [ Roman: po.ri.upas.thi]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-08
1. Anatomy(Common Noun-Neuter) the membrane of fibrous connective tissue covering the surface of cartilages except at the joints. হাঁড়ৰ জোৰা বা গাঁঠিত থকাবিলাকৰ বাহিৰে অন্য উপাস্থিৰ পৃষ্ঠ আৱৰি থকা অঁহীয়া সংযোজক কলাৰ আৱৰণ।
English:
Assamese: